Posted inদেশ-বিদেশ

দেশৰ পৰৱৰ্তী প্ৰতিৰক্ষা সচিব ৰূপে আই এ এছ গিৰিধৰ অৰ্মানৰ দায়িত্ব গ্ৰহণ

নিউজ ডেস্ক: মঙলবাৰে দেশৰ ৪০ সংখ্যক প্ৰতিৰক্ষা সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে আই এ এছ গিৰিধৰ অৰ্মানে। তেওঁ প্ৰতিৰক্ষা সচিব ড০ অজয় কুমাৰৰ অৱসৰৰ পিছত তেওঁৰ স্থানত স্থলাভিষিক্ত হৈছে। প্ৰতিৰক্ষা এক্সপ’-২০২২ৰ সময়ত বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে প্ৰতিৰক্ষা মন্ত্ৰালয়ত যোগদান কৰিছিল। যোৱা মাহৰ ১৯ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে বহু বিভাগৰ সচিবক সালসলনি কৰিছিল, যাৰ অধীনত এতিয়া নিযুক্তি […]