Posted inঅসম, দেশ-বিদেশ

বিশেষ ঘোষণাঃ অগ্নিপথ যোঁজনাৰ জৰিয়তে ৪ বছৰৰ বাবে সেনাত কৰিব পাৰিব যোগদান

নিউজ ডেস্কঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ‘অগ্নিপথ ভৰ্তি যোঁজনা’ৰ ঘোষণা কৰে। এই যোঁজনাৰ দ্বাৰা দেশৰ যুৱক-যুৱতীসকলে সম্পূৰ্ণ ৪ বছৰৰ বাবে দেশক সেৱা কৰাৰ সুযোগ লাভ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে- যোৱা কেইবা বছৰ ধৰি দেশৰ নিৰাপত্তা অধিক সুনিশ্চিত কৰাৰ বাবে বহু ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে। আৰু ভাৰতীয় সেনাক বিশ্বৰ আটাইতকৈ শক্তিশালী […]