Posted inঅসম

সংৰক্ষিত বনাঞ্চলসমূহত দুৰ্বৃত্তৰ হাতোৰা

ডুমডুমাঃ ৰাজ্যৰ বনাঞ্চলসমূহত চোৰাংচিকাৰীৰৰ অবাধ বনধ্বংস। অবৈধ চোৰাং কাঠৰ বেহাৰ বাবে একাংশ দুৰ্বৃত্তই কাটি তহিলং কৰিছে মূল্যৱান গছ-গছনিসমূহ। ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত ৰজাআলি বন খণ্ড বিষয়া কাৰ্যালয়ৰ পৰা প্ৰায় ১০০ মিটাৰ নিলগত অৱস্থিত আপাৰ দিহিং বনাঞ্চলৰ নলনি, তৰানী সংৰক্ষিত বনাঞ্চলত এচাম দুৰ্বৃত্ত তথা চোৰাংচিকাৰীয়ে অবাধ হাৰত চলাইছে বন ধ্বংস যজ্ঞ ৷ বনাঞ্চলখনৰ বহু মূল্যৱান গছ […]