নিউজ ডেস্ক- যমুনা নদী বিগত চাৰি দিন ধৰি দিল্লীত বিপদসীমাৰ ওপৰেৰে বৈ আছে। শুক্ৰবাৰে ৰাতিপুৱা যমুনা নদীৰ পানীৰ স্তৰ ২০৮.৪০ মিটাৰত উপনীত হৈছিল। এয়া ২০৫ মিটাৰ বিপদসীমাৰ পৰা ৩.৪ মিটাৰ ওপৰৰ। দিল্লীৰ উচ্চতম ন্যায়ালয়ৰ বাহিৰৰ ৰাস্তাটো জলমগ্ন হৈ পৰিছে। যমুনা বজাৰ, লালকিল্লা, ৰাজঘাট আৰু আইএছবিটি-কাশ্মীৰে গেটত বানপানীৰ সৃষ্টি হৈছে। মজনু কা তিলা, নিগম বোধ ঘাট, […]