Posted inদেশ-বিদেশ

ক্ষমতাশূন্য হৈ পৰিল কেজৰিৱাল চৰকাৰ, উপ–ৰাজ্যপালক দিলে প্রশাসনিক দায়িত্ব

দেশৰ ৰাজধানী দিল্লীৰ শাসনৰ গুৰু দায়িত্ব উপ–ৰাজ্যপাল অনিল বাইজালৰ হাতত ন্যস্ত কৰিছে কেন্দ্রীয় চৰকাৰে৷ উল্লেখনীয় যে কেন্দ্রীয় চৰকাৰে কিছুদিন পূর্বে গৱর্নমেণ্ট অৱ নেচনেল কেপিটেল টেৰিট’ৰী অৱ দিল্লী (জিএনচিটিডি) আইনৰ সংশোধনী ঘটাই প্রশাসনিক ক্ষমতা উপ–ৰাজ্যপালৰ হাতত ন্যস্ত কৰিছিল৷ বুধবাৰৰ পৰা আনুষ্ঠানিকভাৱে উপ–ৰাজ্যপালে দিল্লীৰ প্রশাসনিক ক্ষমতা লাভ কৰিছে৷ অর্থাৎ এই আইনৰ অধীনস্থ সমগ্র বিষয়ত সিদ্ধান্ত ল’বলৈ হ’লে […]