নিউজ ডেস্ক : দেশত মাৰাত্মক ক’ভিডৰ তাণ্ডৱলীলা অব্যাহত থকাৰ মাজতে ৰাজধানী দিল্লীৰ পৰা আহিছে ভাল খবৰ। দিল্লীত যোৱা ২৪ ঘণ্টাত নিম্নগামী হৈছে ক’ভিড সংক্ৰমণৰ হাৰ। যোৱা ২৪ ঘণ্টাত দিল্লীত সংক্ৰমণৰ হাৰ আছিল ১৭.৭৬। যোৱা ২৪ ঘণ্টাত দিল্লীত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ১২,৪৮১ জন লোক। আনহাতে মৃত্যুৰ মুখত পৰিছে ৩৪৭ জন ক’ভিড ৰোগী। সমগ্ৰ দেশতে ক’ভিডৰ […]