Posted inদেশ-বিদেশ

২০১৮ চনৰ এটা টুইটৰ বাবে Alt News-ৰ সহ প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

নিউজ ডেস্ক: দিল্লী আৰক্ষীয়ে সোমবাৰে ধৰ্মীয় অনুভূতিত আঘাত সনা আৰু সংঘৰ্ষৰ উচতনি জনোৱাৰ অভিযোগত সাংবাদিক তথা ফেক্ট-চেকিং ৱেবছাইট Alt News-ৰ সহ প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ কৰে। ‘@balajikijaiin’-নামৰ এটা টুইটাৰ হেণ্ডেলে চলিত মাহত দিয়া এখন এজাহাৰৰ ভিত্তিত জুবেইৰক গ্ৰেপ্তাৰ কৰা হয়। লোক গৰাকীয়ে এজাহাৰত অভিযোগ কৰা মতে জুবেইৰে ‘‘ইচ্ছাকৃতভাৱে এটা ধৰ্মৰ ভগৱানক অপমান কৰাৰ বাবে’’ এখন […]