Posted inদেশ-বিদেশ

DU Admission 2022:আজি প্ৰকাশ পাব দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ প্ৰথমখন Merit list

নিউজ ডেস্কঃ দিল্লী বিশ্ববিদ্যালয়ে আজি নামভৰ্তিৰ প্ৰথমখন Merit list প্ৰকাশ কৰিব। আজি সন্ধিয়া ৫ বজাত বিশ্ববিদ্যালয় ৱেবছাইটত এই তালিকা প্ৰকাশ পাব। নামভৰ্তিৰ বাবে পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে দিল্লী বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইট du.ac.in ত গৈ পৰীক্ষা কৰিব পাৰে। ইয়াৰ উপৰিও, প্ৰাৰ্থীসকলে এই লিংকত http://www.du.ac.in/ পোনপটীয়াকৈ ক্লিক কৰি পৰীক্ষা কৰিব পাৰে। দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰথমখন মেধা তালিকাত প্ৰাৰ্থীৰ সকলে […]