Posted inদেশ-বিদেশ

মঙলবাৰৰ পৰা আৰম্ভ হ’ব ৬-১২বছৰ শিশুৰ কোভিড ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল

নিউজ ডেস্কঃ অতি শীৰ্ঘ্ৰেই শিশুক প্ৰদান কৰা হ’ব কোৰোনা ভাইৰাছৰ ভেকচিন। মঙলবাৰৰ পৰা দিল্লীৰ এইমছত ৬-১২ বছৰৰ শিশুৰ ওপৰত কোৰোনা ভাইৰাছৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ হ’ব। ইয়াৰ পিছতেই ২ বছৰৰ পৰা ৬ বছৰৰ শিশুৰ ওপৰত পৰীক্ষণ আৰম্ভ কৰিব। দেশৰ ৫২৫টা ল’ৰা-ছোৱালীৰ তিনিটা গ্ৰুপত এই পৰীক্ষণৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিটো গ্ৰুপত আছে ১৭৫ টাকৈ শিশু । […]