Posted inঅসম

বিহুৰ সমাগত: দিল্লী, অন্যান্য মেট্ৰ’ত অসম চৰকাৰে আৰম্ভ কৰিলে বিহুৰ প্ৰচাৰ

অসম চৰকাৰে ১৪ এপ্ৰিলত ১১ হাজাৰৰো অধিক বিহু নৃত্যশিল্পীৰ বৃহত্তম মণ্ডলীৰ ক্ষেত্ৰত আগন্তুক ৰঙালী বিহু অনুষ্ঠানক সৰ্ববৃহৎ দৃশ্য হিচাপে পৰিগণিত হোৱাৰ লগতে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত প্ৰৱেশ কৰিবলৈ সাজু হৈছে। এই সন্দৰ্ভত ইতিমধ্যে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ লগতে দেশৰ অন্যান্য মহানগৰতো প্ৰচাৰ PR blitzkrieg আৰম্ভ কৰা হৈছে। গুৱাহাটীৰ সৰুসজাই ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী […]