Posted inNews

গুৱাহাটী মহানগৰীত চুইগি ডেলিভাৰী বয়ৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী : গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ হৈছে মৃতদেহ। মহানগৰীৰ হেঙেৰাবাৰীত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাকলৈ হেঙেৰাবাৰী অঞ্চলত তীব্ৰ চাঞ্চল্য। গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনীত ঘটনা। এইবাৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰী অঞ্চলত। মৃতদেহ উদ্ধাৰ হোৱা যুৱকজন চুইগিৰ ডেলিভাৰী বয় বুলি জানিব পৰা গৈছে। মৃতদেহ উদ্ধাৰ হোৱা […]