৮ নৱেম্বৰত অনুষ্ঠিত দেউৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা আৰু ফলাফল ঘোষণা কৰা হৈছে আজি। এই পৰ্যন্ত শাসকীয় দল বিজেপিয়ে মিশ্ৰিত ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। উল্লেখ্য যে ধেমাজি জিলাৰ পাঁচটা সমষ্টিৰ ভিতৰত বিজেপিয়ে এখন আসন পাবলৈ সক্ষম হয়।