Posted inমুখ্যপৃষ্ঠা

গুৱাহাটী পৌৰ নিগমৰ নতুন আয়ুক্ত মেঘনিধি দাহাল; ৰাজ্যৰ ৭ জিলাৰ উপায়ুক্তক ৰদ বদল

গুৱাহাটী পৌৰ নিগমৰ নতুন আয়ুক্ত হিচাপে যোগ দিব বৰ্তমান শিৱসাগৰৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা মেঘনিধি দাহালে। উল্লেখ্য যে ৰাজ্য চৰকাৰে শুক্ৰবাৰে এক নিৰ্দেশ যোগে কেবাখনো জিলাৰ উপায়ুক্তক ৰদ বদল কৰাৰ উপৰিও প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত কেতবোৰ সালসলনি ঘটায়৷