Posted inNews

‘মিছন সদ্ভাৱনা’ৰ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি

নিউজ ডেস্ক: তিনিদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়াত অনুষ্ঠিত জিলা উপায়ুক্ত সন্মিলন বুধবাৰে সফল সামৰণি পৰে। অন্তিম দিনা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সকলো জিলাৰ আয়ুক্তৰ কাৰ্যালয়, সঞ্চালকালয়, উপায়ুক্ত কাৰ্যালয়ক সামৰি পুৰণি ফাইলসমূহৰ ক্ষিপ্ৰ নিষ্পত্তিৰ দিশত অসম চৰকাৰৰ এক অভিলাষী পদক্ষেপ ‘মিছন সদ্ভাৱনা’ৰ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে৷ মন কৰিবলগীয়া যে, ২০২২ চনৰ ১ ফেব্ৰুৱাৰীত আৰম্ভ কৰা মিছন […]