নিউজ ডেস্ক : অহা ৪৫ দিনৰ ভিতৰত গোৱালপাৰাত নিৰ্মাণ কৰি থকা ডিটেনচন চেণ্টাৰ (বৰ্তমান ট্ৰেনজিত কেম্প নামাকৰণ কৰা হৈছে)-ৰ কাম সম্পূৰ্ণ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক নিৰ্দেশ দিছে। অধিবক্তা শান্তনু বৰঠাকুৰে দাখিল কৰা এখন লেখ আৱেদনৰ শুনানি গ্ৰহণ কৰি দিয়া ৰায়ত ন্যায়াধীশ কল্যাণ ৰাই সুৰানাই অসম চৰকাৰে ডিটেনচন চেণ্টাৰটো নিৰ্মাণৰ বাবে ৬ সপ্তাহ সময় […]