Posted inঅসম

জামিনত থাকিব পাৰিব দেৱাংগনাসহ তিনি ছাত্ৰ কৰ্মী; কিন্তু দিল্লী উচ্চ ন্যয়ালয়ৰ ৰায়ক লৈ সন্তুষ্ট নহয় উচ্চতম ন্যয়ালয়

নিউজ ডেস্ক : এটা বছৰৰ অন্তত বৃহস্পতিবাৰে মুকলি আকাশৰ তললৈ অহা অসমৰ দেৱাংগনা কলিতাসহ তিনি গৰাকী ছাত্ৰ নেতাৰ বিৰুদ্ধে দিল্লী আৰক্ষী এইবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। যোৱা মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে দেৱাংগনাসহ তিনি গৰাকী ছাত্ৰ কৰ্মীৰ জামিন মঞ্জুৰ কৰি দিয়া ৰায়ৰ পিছত দিল্লী আৰক্ষীয়ে উক্ত ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। পিছে শুকুৰবাৰে, উচ্চতম ন্যায়ালয়ে […]