নিউজ ডেস্ক: প্ৰদূষণৰ প্ৰতিলক্ষ্য ৰাখি দেশৰ উচ্চতম ন্যায়ালয়ে নিষিদ্ধ আতচবাজীৰ ব্যৱহাৰ ৰোধ কৰিবলৈ অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।শুকুৰবাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্য চৰকাৰবোৰলৈ নিষিদ্ধ আতচবাজীৰ বিক্ৰী, প্ৰস্তুত তথা ব্যৱহাৰ ৰোধ কৰাৰ ক্ষেত্ৰত যাৱতীয় নিৰ্দেশনা মানিবলৈ সকীয়াই দিছে। ন্যায়ালয়ে এই নিৰ্দেশনা পালনত ব্যৰ্থ হলে সংশ্লিষ্ট ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক, আৰক্ষী অধীক্ষক বা […]