Posted inঅসম

ৰাজ্যৰ নতুন ক’ভিড নিয়মাৱলী; ১বজাৰ পৰা বন্ধ হ’ব দোকান-পোহাৰ

ৰাজ্যত ক’ভিড মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই বুধবাৰে এখন সংবাদ মেল সম্বোধন কৰি নতুন ক’ভিড প্ৰটক’লৰ ঘোষণা কৰে। বিতং নিয়মাৱলী: ১. চহৰ অঞ্চলত আৰু চহৰ/নগৰ সমিতিৰ সীমাৰ পৰা ৫ কিলোমিটাৰ অঞ্চললৈকে সকলো দোকান-পোহাৰ দিনৰ ১.০০ বজাত বন্ধ হ’ব। এই অঞ্চল […]