Posted inঅসম

ৰাজকন্যাৰ ঘটনাক লৈ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিক্ৰিয়া

ৰাজপথত সুৰাসক্ত ৰাজকন্যা বৰুৱাৰ ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া যিমানেই আগবাঢ়িছে সিমানেই ঘটনাটোৱে নতুন মোৰ লৈছে । চিকিৎসক নভনীল বৰুৱাক ৰাজকন্যা বৰুৱাক চিকিৎসাৰ নামত তদন্তৰ পৰা বচাবলৈ চেষ্টা কৰাৰ অভিযোগত আজি পুনৰ দিছপুৰ থানাত হাজিৰ হৈছে GNRCৰ চিকিৎসক নভনীল বৰুৱা । দ্বিতীয় দিনাও ডাঃ বৰুৱাক জেৰা চলাব দিছপুৰ আৰক্ষীয়ে । শুকুৰবাৰে ডাঃ নভনীল বৰুৱাক ১১ ঘণ্টা জেৰা […]