নিউজ ডেস্কঃ ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালৰ আবেদনৰ ভিত্তিত সোমবাৰে খান্দি উলিওৱা হয় মৃতদেহ। দণ্ডাধীশ উপস্থিতিত কবৰৰ চাৰিদিনৰ পিছত খান্দি উলিওৱা হয় ডিম্বেশ্বৰৰ মৃতদেহটো। ডিম্বেশ্বৰৰ পৰিয়ালে মৃতদেহ প্ৰত্যক্ষ কৰে। তাৰ পিছতেই ককায়েকে দাবী কৰে যে, গাঁত খান্দি উলিওৱা মৃতদেহটো ডিম্বেশ্বৰ মোছাহাৰীৰ। মৃতদেহটো বৰ্তমান ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হ’ব বুলি উপস্থিতি দণ্ডাধীশ জনে জানিবলৈ দিয়ে। উক্ত ঘটনাটোৰ […]