Posted inঅসম

পথাৰো আমাৰ, বজাৰো আমাৰ:নেমু খেতিৰে স্বনিৰ্ভশীল ঢকুৱাখনাৰ উদ্যমী যুৱক

পল্লৱ মিলি,লখিমপুৰঃ পথাৰো আমাৰ, বজাৰো আমাৰ এই বাক্যশাৰী বাস্তৱত সঠিক ৰূপত ব্যৱহাৰ কৰিছে ঢকুৱাখনাৰ এগৰাকী  উদ্যমী যুৱকে। ঢকুৱাখনাৰ ভলুকাগুৰি গাঁৱৰ যুৱক অৰুণ কলিতাই থলুৱা জাতৰ কেৱল নেমুৰ খেতিৰে কৃষি বিপ্লৱৰ সূচনা কৰা কাৰ্যই নিবনুৱা যুৱকসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। চৰকাৰী সাহাৰ্য অবিহনেই প্ৰায় ২বিঘা ভূমিত থলুৱা জাতৰ কাজি নেমু খেতিৰে সোনসেৰীয়া জীৱনৰ সপোন ৰচিছে নবীন কলিতা আৰু […]