Posted inমুখ্যপৃষ্ঠা

নিজ স্বামীৰ দ্বাৰা প্ৰাণত্যাগ এগৰাকী অন্তসত্বা মহিলাৰ

শুক্ৰবাৰৰ নিশা ঢকুৱাখনাত এগৰাকী গৰ্ভৱতী মহিলাই স্বামী গৃহত আত্মহনন কৰি মৃত্যুবৰণ কৰে। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত মাঝি গাঁওত সংঘটিত এই আত্মহননৰ ঘটনাই হত্যাকাণ্ড হোৱাৰ অভিযোগ উত্থাপন হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।   তথ্য অনুসৰি, ঘটনাৰ বিৱৰণি অনুসৰি মাঝি গাঁওৰ উৎপল দাসে (২৭) ২নং বানতৌ গাঁওৰ নিবাসী ভৰত দাস আৰু ৰূপা দাসৰ কন্যা ৰিংকু দাস (১৯) […]