গোগামুখ: ঢকুৱাখনাৰ বিভিন্ন ঠাইত মুক্ত বাবে বিচৰণ কৰি থকা গড়টোক বন বিভাগে টেংকুলাইজ কৰিবলৈ সক্ষম হয় । যোৱা কিছুদিন ধৰি স্থানীয় ৰাইজক আতংকৰ সৃষ্টি কৰা গঁড়টোক বন বিভাগৰ বিশেষজ্ঞ দলে যোৱা সময়চোৱাত বহুবাৰ চেষ্টা কৰাৰ পিছত আজি টেংকুলাইজ কৰিবলৈ সক্ষম হয় । কাজিৰঙা আৰু লখিমপুৰ বন বিভাগে গোগামুখ আৰু ঢকুৱাখনা সীমাৰ সোৱণশিৰি বৰকলি গাৱত গড়টোক […]