Posted inঅসম

উচ্ছেদৰ নামত চৰকাৰে সংখ্যালঘুৰ ওপৰত নিৰ্য্যাতন চলাই আহিছে : আমছু

নিউজ ডেস্ক : অসম চৰকাৰে ইচ্ছাপূৰ্বক, বৈষম্যমূলক আৰু অবৈধ উচ্ছেদৰ নামত ৰাজ্যৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ ওপৰত ‘নিৰ্য্যাতন’ চলাই আহিছে, এই অভিযোগ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ। এই অভিযোগ তুলি সোমবাৰে আমছুয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। চৰকাৰে চলোৱা উচ্ছেদৰ বলি হোৱা লোকসকলে মুকলিত দিন পাৰ কৰিব লগীয়া হৈছে বুলি উল্লেখ […]