Posted inঅসম

ধলপুৰৰ পাশৱিক ঘটনাই বিশ্বৰ আগত লজ্জাৱনত কৰিছে অসমকঃঅজাপ

গুৱাহাটীঃ দৰং জিলাৰ গৰুখুঁটী ধলপুৰত বৃহস্পতিবাৰে সংঘটিত উচ্ছেদৰ সময়ত সংঘটিত ঘটনাই ভাৰত তথা বিশ্ববাসীৰ ওচৰত অসমক লজ্জাৱনত কৰিছে ৷ আৰক্ষীৰ গুলিত বাগৰি পৰা এজন ব্যক্তিৰ ওপৰত চৰকাৰী বাহিনীৰে অংশ হৈ যোৱা ফটোগ্ৰাফাৰজনে কৰা পাশৱিক আচৰণৰ বাবে বিশ্ববাসীৰ আগত অসমবাসীৰ মুখ উলিয়াব নোৱাৰা অৱস্থা৷ ইয়াৰ বাবে দৰং জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগ পোনপটীয়াভাৱে দায়ী৷ সেয়ে আইন-শৃঙ্খলা […]