Posted inNews

 প্ৰসংগ: মহানগৰীত সংঘটিত হোৱা ডাবল মাৰ্ডাৰ

এটা নৃশংস হত্যাকাণ্ড। মানুহ কিমান নৃশংস হ’লে এইধৰণৰ হত্যাকাণ্ড সংঘটিত কৰিব পাৰে? এগৰাকী মহিলাই প্ৰেমিকৰ সৈতে লগ হৈ নিজ স্বামী আৰু শাহুৱেকক হত্যা কৰি ৩ দিন ধৰি ফ্ৰীজত সুমুৱাই ৰাখিছিল। আপুনি ভাবিছে নেকি যে এয়া দিল্লী-মুম্বাইত সংঘটিত হোৱা ঘটনা? নহয়, এয়া কোনো দিল্লী-মুম্বাইত সংঘটিত ঘটনা নহয়। এয়া গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হোৱা এক জঘন্য হত্যাকাণ্ড। […]