নিউজ ডেস্কঃ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা জেইই আৰু চিকিৎসাবিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা এনইইটিক CUETৰ সৈতে সৈতে একত্ৰিত কৰাৰ কোনো পৰিকল্পনা নাই। বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ জগদেশ কুমাৰে যোৱা আগষ্ট মাহত কৈছিল যে ভৱিষ্যতে জেইই আৰু এনইইটি ক CUETৰ সৈতে একত্ৰিত কৰা হ’ব। গৃহ ৰাজ্য উৰিষ্যাৰ কোটালৈ মঙলবাৰে এদিনীয়া ভ্ৰমণৰ বাবে অহা […]