Posted inঅসম

সুলভ মূল্যৰ চাউল বিতৰণৰ বাবেই মূল্যবৃদ্ধি হৈছে:বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

সোণাৰিঃ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ জনসাধাৰণে জ্বলাকলা খোৱাৰ সময়তে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাজ্যৰ চৰকাৰ। আনহাতে ৰাজ্যৰ বহুকেইগৰাকী জনপ্ৰতিনিধিয়ে ইতিমধ্যে মূল্যবৃদ্ধিৰ কাৰণ সন্দৰ্ভত মতামত আগবঢ়োৱা পৰিলক্ষিত হৈছে। মূল্যবৃদ্ধি ৰোধ কৰোঁ বুলি চৰকাৰে ৰোধ কৰিব নোৱাৰে। বানপানীৰ বাবে বেপাৰীয়ে মূল্যবৃদ্ধি কৰা দেখা যায়। আনহাতে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰো দোষ নথকা নহয়। সুলভ মূল্যৰ চাউল বিতৰণো মূল্যবৃদ্ধিৰ এক কাৰণ […]