Posted inঅসম

ঢেকিয়াজুলিৰ কেহেৰুখুন্দাত আৰক্ষীৰ গুলীচালনা

ঢেকিয়াজুলিঃ ঢেকিয়াজুলিৰ কেহেৰুখুন্দাত নিশা আৰক্ষীৰ গুলীচালনা ৷ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নিজামুদ্দিন নামৰ লোকজনৰ ঘৰত তিনিজনীয়া আৰক্ষীৰ এটা দলে প্ৰৱেশ কৰি অতৰ্কিতে চলায় তালাচী ৷ আৰক্ষীয়ে তালাচী চলাই ওলাই আহি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দুই জাঁই গুলীচালনা কৰি ঘটনাস্থলীৰ পৰা আঁতৰি যায় ৷ লগতে পঢ়কঃমৰাণৰ ককৰাঁমৰাৰ পথাৰত মৃতদেহ উদ্ধাৰ নিজামুদ্দিন নামৰ লোকজনৰ ঘৰৰ সমীপত ৰখাই […]