Posted inঅসম

ধেমাজিত ৪৯টা চোৰাং গৰু জব্দ কৰিছে আৰক্ষীয়ে

ধেমাজি সদৰ আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহ লগত জড়িত ৫ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ধেমাজি আৰক্ষীয়ে জানিবলৈ দিয়া মতে গেলুৱা চিমেন চাপৰিৰ পৰা আনিছিল চোৰাং গৰু কেইটা।৪৯টা গৰু সহ দুখন ট্ৰাক জব্দ কৰে আৰক্ষীয়ে । জব্দ কৰা ট্ৰাক কেইখনৰ নম্বৰ হৈছে- AS01LC-7970 আৰু MN0303176। চোৰাং গৰু সৰবৰাহ কৰি নি থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকক কেইজনক। […]