নিউজ ডেস্ক: ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। ধেমাজি বঙালমাৰীত সংঘটিত হৈছে এই এনকাউণ্টাৰৰ ঘটনাটো। কেশৱ নাথ নামৰ দুধৰ্ষ ডকাইতটোৱে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোঁতে গুলীবিদ্ধ কৰা হয় ডকাইটোক। আহত ডকাইটোক বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে, চুকাফা নগৰত ৪মে’ দিনা সংঘটিত হোৱা এক ডকাইতি কাণ্ডত কেশৱ নাথ জড়িত আছিল। ডকাইতি […]