Posted inঅসম

ধিঙত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ,মূল অভিযুক্ত নজৰ ফকিৰক বৰ্তমানেও পলাতক

সমগ্ৰ নগাঁও জিলাত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে চলি থকা আৰক্ষীৰ অভিযান এতিয়াও তীব্ৰতৰ হৈ আছে ৷শেহতীয়াকৈ ধিং আৰক্ষীয়ে অভিযান চলাই নিজধিঙৰ নজৰ ফকিৰৰ ঘৰৰ পৰা নিষিদ্ধ ড্ৰাগছৰ বহু কন্টেইনাৰ আৰু গাঞ্জা জব্দ কৰে। অভিযানত আৰক্ষীয়ে জব্দ কৰে ১১০৫০ টকা নগদ ধন৷ আৰক্ষীয়ে এই ব্যৱসায়ৰ লগত জড়িত বিবি চুনোফা ফকিৰক গ্ৰেপ্তাৰ কৰে৷চুনোফা ফকিৰৰ স্বামী নজৰ ফকিৰে দীৰ্ঘদিনে […]