Posted inঅসম

ধিঙৰ অতুলে তিনিজন নহয় চাৰিজন উঠিব পৰা স্কুটাৰেই বনালে

বটদ্ৰবা: ধিঙৰ যুৱকে নিৰ্মাণ কৰিলে ৩জন নহয় ৪জন উঠিব পৰা বিশেষ স্কুটাৰ। পেট্ৰ’লৰ দাম চেঞ্চুৰী পাৰ হোৱাৰ পিছতেই ধিঙৰ এজন যুৱকে নিৰ্মাণ কৰিলে এই স্কুটাৰ। ধিং চাৰিআলিৰ অতুল দাস নামৰ এইজন যুৱকে নিৰ্মাণ কৰিছে এক আকৰ্ষণীয় স্কুটাৰ । অতুল দাস পেছাত এজন মটৰচাইকেল মেকানিক হোৱাৰ লগতে তেওঁ ধিং চাৰিআলিত এ,ডি অটমোবাইলছ নামৰ এটি ক্ষুদ্ৰ গেৰেজৰ […]