ধুবুৰী : অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ, খাদ্য আৰু অসামৰিক যোগান, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ধুবুৰী জিলাৰ ক’ভিড পৰিস্থিতি আৰু বিভিন্ন বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে৷ প্ৰায় ৬ ঘন্টা ধৰি ধুবুৰী জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ধুবুৰীৰ উপায়ুক্ত অন্বামুথন এম পিসহ জিলা প্ৰশাসনৰ অন্যান্য শীৰ্ষ বিষয়াৰ উপস্থিতিত […]
Tag: Dhubri accident
Posted inঅসম