Posted inঅসম

১২ অক্টোবৰত উদ্বোধন কৰা হ’ব ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটেল

ধুবুৰী: অহা ১২ অক্টোবৰত উদ্বোধন দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে উদ্বোধন কৰিব নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটেল, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়ে। বুধবাৰে ধুবুৰী চিকিৎসা মহাবিদ্যালত উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ প্ৰথমখন সভাত অংশগ্ৰহণ কৰে। সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত স্বাস্থ্য মন্ত্ৰীজনে অহা ১২ অক্টোবৰত ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে ধুবুৰী চিকিৎসা মহাবিদ্যালয় […]