Posted inমুখ্যপৃষ্ঠা

সাতশিয়াত প্ৰধান শিক্ষকৰ কামনাৰ বলি হ’ল এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী

ধুবুৰী : পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে ৰাজ্যত। নামনি অসমৰ ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ সাতশিয়াত সংঘটিত হৈছে এই ঘটনা। প্ৰধান শিক্ষকৰ কামনাৰ বলি হ’ল নৱম শ্ৰেণীৰ ছাত্ৰী। ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে সাতশিয়াত। ইতিমধ্যে প্ৰধান শিক্ষকক লপা থপা দি আৰক্ষীক গতাই দিছে ৰাইজে। ধুবুৰী জিলাৰ ফকীৰগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত সাতশিয়া […]