ধুবুৰী : ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত মানস শইকীয়াই পৰিদৰ্শন কৰিলে দক্ষিণ শালমাৰাৰ খহনীয়াগ্ৰস্থ এলেকা। অতিৰিক্ত উপায়ুক্তৰ সম্মুখত পঞ্চায়ত প্ৰতিনিধিৰে ৰাইজৰ হতাহতিক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। এফালে বান আনফালে মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াৰ ফলত দিশ বিদিশ হেৰুৱাই পেলাইছে দক্ষিণ শালমাৰা সমষ্টিৰ নৈপৰীয়া হেজাৰ হেজাৰ লোক। দীৰ্ঘদিন ধৰি সমষ্টিখনৰ পামপাৰা চতলাৰপাৰ, বাউছকাটা, মাটিফাটা, সূৰ্যমনি এলেকাত অব্যাহত […]