Posted inঅসম

ধুবুৰীত নাও দুৰ্ঘটনাত সন্ধানহীন হৈ থকা ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটীঃ বৃহস্পতিবাৰে ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত যন্ত্ৰচালিত নাও ডুবি সন্ধানহীন হোৱা ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ দেওবাৰে উদ্ধাৰ কৰা হয়। নাওঁ দুৰ্ঘটনাত ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাস আৰু তেওঁৰ অধিনষ্ঠ চৰকাৰী কৰ্মচাৰী সহ প্ৰায় দহজন নদী খনৰ গভীৰ পানীত নিখোজ হৈ পৰিছিল । নাওঁখনত ২৮ জন লোক আছিল। দুৰ্ঘটনাটোত সাতজন লোক ডুবি যোৱাৰ আশংকা কৰা […]