Posted inঅসম

এতিয়াও বাংলাদেশলৈ চলি গৰুৰ চোৰাং সৰবৰাহ

ধুবুৰী সীমান্তৰে বাংলাদেশলৈ অব্যাহত গৰুৰ চোৰাং সৰবৰাহগোলকগঞ্জৰ আগমণিত পুৱতিনিশা পুনৰ চোৰাং গৰু জব্দআৰক্ষীয়ে জব্দ কৰিলে ১০টা চোৰাং গৰুএখন পিকআপ ভানত গৰুকেইটা সৰবৰাহ কৰিছিলঅৱশ্যে আৰক্ষীয়ে সৰবৰাহকাৰীক কৰায়ত্ত কৰিব নোৱাৰিলে১০টা গৰুৰ এটাৰ ইতিমধ্যে ভানখনতে মৃত্যু হৈছিলAS17C-4435 নম্বৰৰ পিকআপ ভানখনৰে সৰবৰাহ কৰি থকা সময়তে আৰক্ষীয়ে ধৰা পেলাই যদিও সৰবৰাহকাৰী কেইটাক ধৰাত ব্যৰ্থ হয় আৰক্ষী | লগতে পঢ়ক-ডিফুত চাফা […]