Posted inক্ৰীড়া

দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান খেলৰত্ন বঁটা এতিয়াৰে পৰা হকীৰ যাদুগৰ ধ্যান চান্দৰ নামত

নিউজ ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা নতুনকৈ মেজৰ ধ্যান চান্দৰ নামেৰে নামাকৰণ কৰাৰ কথা ঘোষণা কৰে।পূৰ্বতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নামেৰে নামাকৰণ কৰা দেশৰ সৰ্বোচ্চ ক্ৰীড়া বঁটাক এতিয়া ভাৰতৰ অন্যতম মহান হকী খেলুৱৈ মেজৰ ধ্যান চান্দৰ নামেৰে নামাকৰণ কৰা হ’ব। প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে কয়,”মই সমগ্ৰ ভাৰতৰ নাগৰিকসকলৰ পৰা […]