নিউজ ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দিয়া মিৰ্জাই অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হেলিকপ্টাৰ পৰ্যটনৰ বিৰোধিতা কৰিছে। কিছুদিন পূৰ্বে কাজিৰঙাত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে এক বৈঠকত মিলিত হৈছিল। বৈঠকতে পৰ্যটকৰ সুবিধাৰ বাবে স্থায়ী হ’ব হেলিপেড স্থাপনৰ সিদ্ধান্ত লৈছিল চৰকাৰে। পিছে অভিনেত্ৰী গৰাকীয়ে হেলিকপ্টাৰ পৰ্যটনৰ বিৰোধিতা কৰি সোমবাৰে টুইট যোগে […]