দীপক কুমাৰ দাস: চিকিৎসা বিজ্ঞানত প্ৰযুক্তিৰ প্ৰয়োগ দ্ৰুত গতিত বৰ্ধিত হৈ আছে। প্ৰযুক্তিৰ প্ৰয়োগে মানৱ জীৱনলৈ অভাৱনীয় পৰিবৰ্তন আনিছে। জটিল ৰোগ চিনাক্তকৰণত প্ৰযুক্তিৰ সহায় লোৱা আৰু জটিল ৰোগৰ চিকিৎসাত প্ৰযুক্তিৰ সফল প্ৰয়োগ হোৱা। শেহতীয়াকৈ জটিল ৰোগ ডিমেনচিয়া চিনাক্তকৰণত অত্যাধুনিক প্ৰযুক্তি অৰ্থাৎ এ আই ছুপাৰকম্পিউটাৰ প্ৰয়োগ পৰীক্ষণ আৰম্ভ কৰিছে। প্ৰধানত কৃত্ৰিম বুদ্ধিমত্তা(আৰ্টিফিচিয়েল ইনটেলিজেন্স চমুকৈ এ আই)ৰ […]