নিউজ ডেস্ক: দোহাত অনুষ্ঠিত হৈ থকা ডায়মণ্ডত লীগত শ্ৰেষ্ঠত্বৰ প্ৰদৰ্শন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা তাৰকা খেলুৱৈ গৰাকীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম স্থান লাভ কৰাৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটযোগে অভিনন্দন জনাই লিখিছে , বছৰৰ প্ৰথম ইভেণ্ট আৰু প্ৰথম স্থান! ৮৮.৬৭ মিটাৰ ৱৰ্ল্ড লিড থ্ৰ’ৰে নীৰজ চোপ্ৰা দোহা ডাইমণ্ড লীগত জিলিকি উঠিছে। […]