২৭ মে’ত বাঘজানৰ বিস্ফোৰণ কাণ্ডই এটা বছৰ সম্পূৰ্ণ কৰিলে। অইল ইণ্ডিয়াৰ এটা তৈল খাদত সংঘটিত উক্ত বিস্ফোৰণৰ জুইত বহু ঘৰ-বাৰী জ্বলি ছাই হৈ যোৱাৰ লগতে উক্ত বিস্ফোৰণৰ ফলত নিৰ্গত হোৱা ৰাসায়নিক প্ৰদূষণে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যাণৰ বিস্তৰ ক্ষতিসাধন কৰিছিল। আনহাতে, ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে উক্ত বিপৰ্য্যয় সন্দৰ্ভত অইলৰ বিৰুদ্ধে যি ৰায় দিছিল তাত অসন্তুষ্টি প্ৰকাশ কৰি […]