নিউজ ডেস্কঃ ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্য্যলয়ৰ সভাকক্ষত মঙলবাৰে জিলাখনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত ৪ গৰাকী কৃত্তি শিক্ষাৰ্থী সকলক সম্বৰ্ধনা জনোৱা হয়। চতুৰ্থ স্থান প্ৰাপ্ত ডিব্ৰুগড় লিটল ফ্লাৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দেবাংগনা ডেকা আৰু দুলীয়াজান চেইন্ট জেভিয়াৰ্ছ বিদ্যালয়ৰ স্বাতী কিৰণ গগৈ,ডিব্ৰুগড় ডনবস্ক’ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ স্থান প্ৰাপ্ত অক্ষয় কালায় আৰু লিটল ফ্লাৱাৰ উচ্চতৰ মাধ্যমিক […]