Posted inNews

ডাঃ সৰিতা তাস্নিৱাল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান প্ৰদান

নিউজ ডেস্ক: অৱশেষত ৯ বছৰৰ পিছত ডাঃ সৰিতা তাস্নিৱাল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান প্ৰদান কৰিলে ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতে। দেশ কঁপোৱা ডাঃ সৰিতা তাস্নিৱালৰ হত্যাকাণ্ডৰ অভিযুক্ত ৱাৰ্ড বয় কিৰু মেচক আদালতে দোষী সাব্যস্ত ঘোষণা কৰে। ইফালে, অভিযুক্ত দীপমণি শইকীয়াক আদালতে দোষমুক্ত ঘোষণা কৰিছে। অৱশ্যে ৱাৰ্ডবয় কিৰু মেচৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ড হ’বনে ফাঁচী হ’ব সেইয়া চূড়ান্ত সিদ্ধান্ত […]