Posted inNews

ডিব্ৰুগড়ত উপস্থিত ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ উপদেষ্টা দল

নিউজ ডেস্ক- ডিব্ৰুগড়ত উপস্থিত ৰাষ্ট্ৰীয় সুৰক্ষা আইন (NSA)ৰ উপদেষ্টা দল। কালি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিং সহ ১০ গৰাকী খালিস্তানী নেতাক জেৰা চলাব এন এছ এ উপদেষ্টাৰ তিনিজনীয়া দলটোৱে।   উল্লেখ্য যে, বহুদিন ধৰি আত্মগোপন কৰি থকা অমৃতপাল সিঙে বিগত ২৩ এপ্রিল তাৰিখে পঞ্জাৱ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে […]