Posted inNews

ডিব্ৰুগড় আৰক্ষীক আক্ৰমণ জুৱাৰীৰ

নিউজ ডেস্ক- ডিব্ৰুগড়ত ২৯ মে’ৰ নিশা আই পি এলৰ জুৱা ধৰিবলৈ গৈ আৰক্ষীয়ে আক্ৰমণৰ বলি হয়। ডিব্ৰুগড়ৰ শান্তিপাৰাত আৰক্ষী আক্ৰমণৰ বলি হোৱাৰ পাছতে কালি ঘটনাৰ লগত জড়িত জুৱাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।   জানিব পৰা মতে, সোমবাৰে সন্ধিয়া আই পি এলৰ ফাইনেল চলি থকা সময়ত চহৰৰ শান্তিপাৰাৰ প্রদীপ সংঘত বৃহৎ জুৱা খেল চলি আছিল বুলি আৰক্ষীয়ে […]