Posted inNews

বিজ্ঞানৰ যুক্তিক জলাঞ্জলি দি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নেতৃত্বত শনি পূজা

নিউজ ডেস্কঃ বিজ্ঞানৰ যুক্তিক জলাঞ্জলি দি অন্ধবিশ্বাসৰ গ্ৰাহত পৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। এই অন্ধ বিশ্বাসৰ নেতৃত্ব লৈছে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই। জানিব পৰা অনুসৰি, শনি গ্ৰহৰ কোপদৃষ্টিৰ ফলত বিশ্ববিদ্যালয়খনত বিগত কেইটামান বছৰত সংঘটিত হৈ আহিছে কোটি কোটি টকাৰ কেলেংকাৰী, ৰেগিঙৰ দৰে অমানৱীয়। যাৰ বাবে বিশ্ববিদ্যালয়ৰ খনৰ শৈক্ষিক বৌদ্ধিক মহলৰ মাজত এনে অন্ধবিশ্বাসৰ স্থান দি শনি […]