নিউজ ডেস্ক: কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীৰ উপস্থিতিত দেওবাৰে ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ ডিব্ৰুগড়ৰ জিলা পুথিভঁৰালত মোডী চৰকাৰৰ ৯ বছৰীয়া বৰ্ষপূতি উদযাপন কৰা হয়। এই “বিশেষ অভিযানৰ” দ্বাৰা আয়োজন কৰা অনুষ্ঠানটিত বিভিন্ন ধৰণৰ জনহিতৈষী কাৰ্যক্ৰম হাতত লোৱা হয়। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰদান কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিসমূহ যেনে- ই- শ্ৰমিক […]