Posted inঅসম

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিলে ডিব্ৰুগড়ৰ ডোমৰ দলং স্বাস্থ্য আৰু কল্যাণ কেন্দ্রই

ডিব্ৰুগড়ঃ বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে বিশ্ব স্বাস্থ্য সংস্থাই (WHO) “Go Green” বেনাৰত অনুস্থিত কৰা ফটো প্ৰতিযোগিতাত ডিব্ৰুগড় জিলাৰ খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ ডোমৰ দলং স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰই সৰ্বভাৰতীয় পৰ্য্যায়ত দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।  বিশ্ব স্বাস্থ্য সংস্থাৰ উক্ত প্ৰতিযোগিতাৰ মূল বিষয় আছিল ‘পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু তাৰ লগত সংগতি ৰাখি কৰা প্ৰচেষ্টা’। […]