Posted inঅসম

মৰিগাৱৰ পিছত এইবাৰ ডিব্ৰুগড়তো ওলাল কিডনীৰ বিক্ৰীৰ কাহিনী

মৰিগাৱৰ দক্ষিণ ধৰমতুলৰ পিছত ডিব্ৰুগড়ৰ লাহোৱাল আৰক্ষী থানাৰ অধীনত ঘোঁৰামৰাৰ চেঙলি জান চাহ বাগিচাৰ শ্ৰমিকৰ মাজতো সংঘটিত হৈছে কিডনী বিক্ৰী আন এক ভয়ংকৰ ঘটনা।অৰ্থৰ অভাৱত বাগিছাৰ এজনৰ পাছত এজন শ্ৰমিকে বিক্ৰী কৰিছে অংগ আৰু দালালৰ পাকচক্ৰত পৰিয়েই এনেদৰে বিক্ৰী কৰিবলগীয়া হৈছে নিজ শৰীৰৰ অংগ। এতিয়াও বহুজন কিডনী বিক্ৰীৰ বাবে কলকাতাত বাহৰ পাতিছেগৈ | লাহোৱাল বিধান […]