Posted inঅসম

অৰুণাচলত অপহৰণ ডিব্ৰুগড়ৰ যুৱক সহ তিনিজন

চীনে অপহৰণ কৰা অৰুণাচলৰ যুৱক ভাৰত চৰকাৰৰ সহযোগত উভতি আহিল যদিও ৰাজ্যখনত অপহৰণৰ ঘটনা বন্ধ হোৱা নাই। শেহতীয়া তথ্য মতে অৰুণাচলৰ পৰা অপহৰণ হৈছে এজন অসমৰ যুৱক। অৰুণাচল প্ৰদেশৰ লংডিং জিলাত এই অপহৰণ কাণ্ড সংঘটিত হৈছে। ডিব্ৰুগড়ৰ যুৱক হীৰেন কোচঁক অৰুণাচলত অপহৰণ কৰা বুলি পৰিয়ালৰ ফালৰ পৰা প্ৰকাশ কৰিছে। ডিব্ৰুগড়ৰ যুৱক জনৰ লগতে বিহাৰৰ ৰামাচিশ […]