Posted inঅসম

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণ সংযোগ অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষৰ পদৰ পৰা অপসাৰণ ডঃ সত্যকাম বৰঠাকুৰক

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক সত্যকাম বৰঠাকুৰক অপসাৰণ কৰা হৈছে চেন্টাৰ ফৰ ষ্টাডিচ ইন জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেচনৰ অধ্যক্ষ পদৰ পৰা । তেওঁৰ ঠাইত অধ্যাপক পি কে গগৈক ৪ বছৰৰ কাৰণে নিযুক্তি দিয়া হৈছে উক্ত পদবীত । বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰো অধ্যাপক ড০ সত্যকাম বৰঠাকুৰৰ বিৰুদ্ধে তেওঁৰে গৱেষিকা শিক্ষাৰ্থী এগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ কমিটীত (Internal Complaints Committee)ত যৌন […]