Posted inNews

ডিব্ৰুগড় চহৰৰ এই খহনীয়াক লৈ মুখ্যমন্ত্ৰী খুবেই উদ্বিগ্নঃ পীযুষ হাজৰীকা

নিউজ ডেস্কঃ ডিব্ৰুগড় চহৰ সুৰক্ষা বান্ধ পৰিদৰ্শন কৰিবলৈ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা পুনৰবাৰ শুক্ৰবাৰে ডিব্ৰুগড় চহৰত উপস্থিত হয়। পৰিদৰ্শন কৰি মন্ত্ৰী হাজৰীকাই কয় যে, ডিব্ৰুগড় চহৰৰ এই খহনীয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ খুবেই উদ্বিগ্ন আৰু সচেতন। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ পৰা ঐতিহাসিক ডিব্ৰুগড় চহৰক ৰক্ষা কৰিবৰ বাবে […]