Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

বলীউডৰ জনপ্ৰিয় গজল শিল্পী ভূপিন্দৰ সিঙৰ মৃত্যু

নিউজ ডেস্কঃ বলীউডৰ জনপ্ৰিয় গজল শিল্পী ভূপিন্দৰ সিঙৰ মৃ্ত্যু। সোমবাৰে সন্ধিয়া মুম্বাইৰ ক্ৰিটি কেয়াৰ চিকিৎসালয়ত ৭.৪৫ বজাত হৃদক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ কৰে কন্ঠশিল্পীগৰাকীয়ে। অসুস্থতাৰ বাবে ১০দিন পূৰ্বে হস্পিতালত শিল্পীগৰাকীক ভৰ্তি কৰোৱা হৈছিল। শিল্পী গৰাকী কোভিডতো আক্ৰান্ত হৈছিল। অৱশেষত সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে ভূপিন্দৰ সিঙে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮২বছৰ। ভূপিন্দৰ সিঙৰ […]